১৯৯৭ চনত শংকৰদের বিদ্যা নিকেতন, Nellie স্থাপিত কৰা হৈছিল | এই বিদ্যালয় খনৰ লক্ষ হৈছে শিক্ষা উপৰিও ছাত্র-ছাত্রী সকলক নৈতিক, আধ্যত্মিক বৌদ্ধিক, মানসীক আৰু শাৰীৰিক দিশত জ্ঞান দিয়া লগতে সংগীত আৰু ক্রীয়া দিশত আগবঢ়াই নিয়া | এই বিদ্যালয়ত মাতৃভাষা লগতে সংস্কৃত ভাষাৰ উপৰত গুৰুত্ব আৰোপ কৰা হয় |